October 19, 2024 8:28 PM

views 15

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। এই ফলাফল অনুসৰি মূল পৰীক্ষাত ৭১১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। উত্তীর্ণ পৰীক্ষাৰ্থীসকলৰ বাবে আয়োগে অহা ১৩ নৱেম্বৰৰ পৰা মৌখিক সাক্ষাৎকাৰৰ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে লোকসেৱা আয়োগে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, অন্যান্য সংলগ্ন সেৱাকে ধৰি মুঠ ২৩৫টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনৰ ভিত্তিত প্ৰাৰম্ভিক পৰীক্ষাত ৫০ হাজাৰৰো অধিক প্রার্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ২ হাজাৰ ৮৯৮ গৰাকী প্ৰ...