July 27, 2025 7:36 PM

views 13

APSC অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলীৰ কাৰ্যকাৰিতা সন্দৰ্ভত চৰকাৰে ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কিমান দূৰ কাৰ্যকৰী কৰিছে সেই সন্দৰ্ভত অহা ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰাৰ লগতে তথ্য দাখিলৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰ...

June 21, 2025 12:27 PM

views 12

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত ৫২ গৰাকী চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। উচ্চ ন্যায়ালয়ে কালি বহুসংখ্যক আপীল আবেদনৰ শুনানি লৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় আংশিকভাৱে খাৰিজ কৰি বৰ্খাস্ত হোৱা বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ জাৰি কৰে। নিৰ্দেশনাত ন্যায়ালয়ে চাকৰি ঘূৰাই পালেও তেওঁলোকে বৰ্খাস্ত হোৱাৰ সময়ছোৱাৰ দৰমহাকে ধৰি অন্যান্য সা-সুবিধা লাভ নকৰিব বুলি উল্লেখ কৰে। এই বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে বিভাগীয় কাৰ্যব্যৱস্থা আৰম্ভ...