June 20, 2025 8:57 PM

views 16

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা অৱস্থাত ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত অসম প্ৰশাসনীয় সেৱাৰ বিষয়াকে ধৰি ভালেসংখ্যক বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত এই বিষয়াসকলে তেওঁলোকৰ বৰ্খাস্তকৰণৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত জনোৱা আবেদন এজনীয়া বিচাৰপীঠে খাৰিছ কৰিছিল। এই বিষয়াসকলে এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনাই খণ্ড আদাল...