December 24, 2025 8:03 PM

views 22

কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ বাবে ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অ-কাৰিকৰী পদত বাছনি লাভ কৰা ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্র প্রদান কৰে। চিকিৎসা, শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ কাৰিকৰী পদত ৮৮ গৰাকী আৰু অ-কাৰিকৰী পদত ২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত ৫৫ গৰাকী আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালকালয়ৰ কাৰিকৰী পদত ৪৩...