May 19, 2025 1:32 PM

views 10

তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ

অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে তৃতীয়বর্গৰ পদৰ অন্তৰ্ভুক্ত চালক, ষ্টেনোগ্ৰাফাৰ আৰু ইলেক্‌ট্ৰচিয়ানৰ ব্যৱহাৰিক পৰীক্ষাৰ লগতে চতুৰ্থবৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীৰো মৌখ...