December 8, 2025 8:13 PM

views 25

লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি মন্তব্য সাংসদ অনুৰাগ সিং ঠাকুৰৰ

বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰম সন্দৰ্ভত লোকসভাত দিয়া ভাষণটোক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি উল্লেখ কৰি ই ভবিষ্যতৰ প্ৰজন্মক উৎসাহিত কৰিব বুলি কয়। বিৰোধী নেতা ৰাহুল গান্ধী সদনত উপস্থিত নথকাৰ বাবে বিজেপিয়ে সমালোচনা কৰে। সংসদ ভৱনৰ বাহিৰত আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয় যে বন্দে মাতৰম সন্দৰ্ভত এই গুৰুত্বপূর্ণ আলোচনাটি দেশৰ ঐক্য আৰু ইয়াৰ সংস্কৃতিৰ প্ৰতীকস্বৰূপ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সাংসদ সম্বিত পাত্রই কয় যে প্রধানম...

May 13, 2024 8:24 PM

views 35

হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা অনুৰাগ সিং ঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ সিং ঠাকুৰে আজি হিমাচল প্ৰদেশৰ হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফেছৰ প্ৰেম কুমাৰ ধুমল উপস্থিত থাকে। শ্রীঠাকুৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা এতিয়ালৈকে একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত জয়লাভ কৰিছে আৰু এইবাৰ পঞ্চমবাৰৰ বাবে তেওঁ এই আসনখনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। আনহাতে, চিমলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ সুৰেশ কাশ্যপে...

April 22, 2024 8:35 PM

views 47

ডম্মাৰাজু গুকেশক অনুৰাগ সিং ঠাকুৰৰ অভিনন্দন জ্ঞাপন

ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি ফাইট কেণ্ডিডেটছ দবা প্রতিযোগিতাত বিজয়ী সর্বকনিষ্ঠ খেলুৱৈৰ স্বীকৃতি লাভ কৰা ডম্মাৰাজু গুকেশক অভিনন্দন জ্ঞাপন কৰে। ২২ বছৰ বয়সত এই খিতাপ অৰ্জন কৰা দবা খেলৰ কিংবদন্তী খেলুৱৈ গেৰী কাছপ'ৰ'ৱ অভিলেখ ১৭ বছৰীয়া এই খেলুৱৈগৰাকীয়ে ভংগ কৰে।