July 19, 2024 8:17 PM

views 17

চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে : অনুৰাগ গোৱেল

চলিত বছৰৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে বৰ্তমানৰ অসম বিধানসভা ২০০১ চন অর্থাৎ‍ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নির্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে, এই উপ নির্বাচনত ২০২৩ চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰৰ সীমা প্রযোজ্য নহ'ব। সেয়ে এই ৫ টা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্ব...