September 25, 2024 6:41 PM

views 18

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা এইচ আই ভি আৰু এইডছ মুক্ত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতৰ দায়বদ্ধতা দোহাৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত অনুষ্ঠিত এখন সভাত তেওঁ এই শিতানত বিশ্বৰ ৭০ শতাংশতকৈ অধিক ঔষধ যোগান ধৰা এন্টি-ৰেট্ৰ'ভাইৰেল ঔষধৰ বিশ্বৰ সৰ্ববৃহৎ যোগানকাৰী হিচাপে ভাৰতৰ ভূমিকাক আলোকপাত কৰে। শ্রীমতী পেটেলে কয় যে দেশত বছৰি ৩ কোটিতকৈ অধিক বিনামূলীয়া এইচ আই ভি প...

July 19, 2024 8:35 PM

views 21

নতুন দিল্লীত পৰিয়াল পৰিকল্পনা সন্দৰ্ভত বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে কৈছে যে, চৰকাৰে দেশত প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ হকে কাম কৰি আছে। দেশত সুস্থিৰ জনসংখ্যা সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ফলপ্ৰসূ হৈছে বুলিও শ্রীপেটেলে লগতে কয়। ইয়াৰ ফলস্বৰূপে ২০৩০ চনৰ পূৰ্বে দেশত প্ৰসৱকালীন মৃত্যু প্রতি ১ লাখৰ ভিতৰত ৭০ গৰাকীৰ তললৈ অনাৰ বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, দেশৰ প্ৰতি গৰাকী মহিলা নাগৰিকৰ জীৱন অতিকৈ গুৰুত্বপ...