June 23, 2025 11:39 AM
22
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ বৈঠকত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বিশেষ অধিবেশনত সচিব এণ্টনিঅ' গুটেৰেছে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰসমূহত আমেৰিকাৰ সামৰিক আক্ৰমণৰ পিছত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। প্ৰতিশোধ আৰু গভীৰ সংঘাতৰ ফলত হব পৰা বিপদৰ আশংকা কৰি গুটেৰেছে কয় যে আমি শান্তিৰ ওচৰত হাৰ মানিব নোৱাৰো আৰু হাৰ মনাতোও উচিত নহয়। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্রতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আহ্বান জনোৱা অধিবেশনত ভাষণ দি তেওঁ সকীয়াই দিয়ে যে ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰম...