June 29, 2025 12:08 PM June 29, 2025 12:08 PM
17
সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছে বুলি সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ প্ৰকাশ
সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিশিষ্ট সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে প্ৰকাশ কৰিছে। এই পৰিকল্পনা অহা ৫ৰ পৰা ৭ বছৰৰ ভিতৰত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে অন্তৰংগ আলাপত ডাঃ গিৰিয়ে সাপে দংশন কৰা লোক এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত ...