May 16, 2024 8:36 PM

views 8

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ চোৰাং চিকাৰবিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক সম্পন্ন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি গঁড়ৰ চোৰাং চিকাৰবিৰোধী টাস্ক ফ'ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত গঁড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰি থকা ব্যৱস্থা, বন বিভাগ আৰু আৰক্ষী সমন্বিত কার্যকলাপ তথা বন সুৰক্ষা বাহিনীৰ নিয়োগ আৰু সৱলীকৰণৰ লগতে চোৰাংচোৱাৰ নেটৱৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচ...