July 9, 2024 12:08 PM July 9, 2024 12:08 PM
16
সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন ১৫ জুলাইলৈ বৃদ্ধি
সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন অহা ১৫ জুলাইলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে ১ৰ পৰা ১০ তাৰিখলৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক বিনামূলীয়া চাউল প্ৰদান কৰি আহিছে। এই দিনকেইটাক অন্ন সেৱা দিন হিচাপে পালন কৰি অহা হৈছে। অন্ন সেৱাৰ বিশেষ দিন কেইটাত হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে হিতাধিকাৰীসকলক সুলভ...