October 13, 2025 12:41 PM
48
তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত অনিতা আনন্দ
কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলকো সাক্ষাৎ কৰিব। আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধিত আলোকপাত কৰা হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে শ্রীমতী আনন্দ মুম্বাইলৈও যাব আৰু তাত তেওঁ বিনিয়োগ, কর্মসংস্থাপন সৃষ্টি আৰু অর্থনৈতিক সুবিধা সন্দর্ভত দেশ দুখনৰ ব্যবসায় প্রতিষ্ঠানৰ...