May 27, 2025 11:55 AM May 27, 2025 11:55 AM
10
লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰত অঙ্গনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ
◆ অঙ্গনবাড়ী কেন্দ্ৰসমূহত সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে কালি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলাত অঙ্গনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ কৰে। শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ৯০ গৰাকী অঙ্গনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। ডাঃ পেগুৱে সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ডিজিটেল সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্রকাশ কৰে। ডাঃ পেগুৱে অঙ্গনবাড়ী কৰ্মীসকলক শিশুৰ যত্ন আৰু পৰিপুষ্...