July 17, 2025 2:00 PM

views 12

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। খেলুৱৈগৰাকীয়ে অহা ২০ আৰু ২২ জুলাইত ঘৰুৱা খেলপথাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টী-২০ৰ প্ৰথম দুখন খেলত অংশগ্রহণেৰে তেওঁৰ অন্তিম দুখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টী-২০ শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে গঠন কৰা ৱেষ্ট ইণ্ডিজৰ ১৬ জনীয়া দলটোত ৰাছেলক অন্তৰ্ভুক্ত কৰা হৈছে। অহা দেওবাৰে আৰম্ভ হ'বলগীয়া এই খেলত ৰাছেলে মেৰুণ জাৰ্ছী পিন্ধি ৱেষ্ট ইণ্ডিজ দলক...