June 4, 2025 11:38 AM
5
অন্ধ্ৰপ্ৰদেশৰ যোগ-অন্ধ্র ২০২৫ অভিযানৰ অংশ হিচাপে শ্রীকাকুলাম জিলাত যোগ অধিৱেশন
অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত চলি থকা যোগ-অন্ধ্র ২০২৫ অভিযানৰ অংশ হিচাপে কালি শ্রীকাকুলাম জিলাত যোগ অধিৱেশন অনুষ্ঠিত কৰা হয়। যোগক দৈনন্দিন স্বাস্থ্য অনুশীলন হিচাপে প্ৰচাৰ কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য। বিশেষকৈ যিবোৰ সম্প্ৰদায়ৰ জীৱিকা শাৰীৰিক পৰিশ্ৰম আৰু মানসিক শক্তিৰ ওপৰত নিৰ্ভৰশীল, তেঁওলোকৰ মাজত যোগাসনৰ আৱশ্যকতা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ লক্ষ্যৰে যোগ-অন্ধ্র অনুষ্ঠিত কৰা হৈছে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, মহিলা গোট, আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই সজাগতা ...