November 18, 2025 8:24 PM

views 20

অন্ধ্রপ্রদেশৰ মাৰেডুমিল্লিতত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু

অন্ধ্রপ্রদেশৰ আপ্লুৰী সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিল্লি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘর্ষত এজন শীর্ষ নেতাসহ ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু হয়। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান হৰিশ কুমাৰ গুপ্তাই কয়, যে মাওবাদী দলটোৰ আন্দোলন সম্পর্কে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। মাওবাদী বিৰোধী অভিযানৰ সময়ত কোনো নিৰাপত্তাৰক্ষী আহত হোৱা নাই বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে। আৰক্ষী মহা পৰিদৰ্শক সুন্দৰ ৰাজ পিয়ে মাওবাদী নেতাগৰাকীৰ মৃত্যু মাওবাদী বিৰোধী প্রচে...