June 5, 2024 12:02 PM June 5, 2024 12:02 PM
7
বিধানসভা নিৰ্বাচনত ১৩৫ খন আসনত বিজয়ৰে অন্ধ্ৰ প্ৰদেশত তেলেগু দেশম পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা লাভ
অন্ধ্ৰ প্ৰদেশৰ ১৭৫ জনীয়া বিধানসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টীয়ে ১৩৫খন আসনত বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত YSRCPয়ে মাত্র ১১খন আসন লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ওৱাই এছ জগন মহন ৰেড্ডীয়ে ৬১ হাজাৰ ভোটৰ ব্যৱধানত পুলিভেগুলা বিধানসভা আসনত জয়লাভ কৰে। জনসেনা পাৰ্টীয়ে ২১খন আসন লাভ কৰে। আনহাতে, বিজেপিয়ে ৮খন আসন দখল কৰে। তেলেগু দেশম পাৰ্টীৰ মুৰববী তথা অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৱে YSRCPৰ কে আৰ জে ভাৰথক ৪৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি কুপ...