June 26, 2025 9:48 PM
আহমেদাবাদত দুৰ্ঘটনাত পতিত AI-171 বিমানৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্য সংগ্ৰহ
আহমেদাবাদত অলপতে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমানখনৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্যসমূহ উলিয়াই লোৱা হৈছে। ব্লেক বক্সৰ সন্মুখৰ পৰা ক্ৰেছ প্ৰটেকছন আৰু ম...