June 26, 2025 9:48 PM

views 12

আহমেদাবাদত দুৰ্ঘটনাত পতিত AI-171 বিমানৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্য সংগ্ৰহ

আহমেদাবাদত অলপতে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমানখনৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্যসমূহ উলিয়াই লোৱা হৈছে। ব্লেক বক্সৰ সন্মুখৰ পৰা ক্ৰেছ প্ৰটেকছন আৰু মেম'ৰি মডিউলো সুৰক্ষিত ৰূপত উদ্ধাৰ কৰা হৈছে। এই তথ্যসমূহ দিল্লীত কালি বিমান দুর্ঘটনা তদন্ত সংস্থা এ এ আই বিৰ পৰীক্ষাগাৰৰ পৰা সংগ্ৰহ কৰা হয়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে এখন বিবৃতি যোগে প্ৰকাশ কৰা অনুসৰি ককপিটৰ কণ্ঠ ৰেকৰ্ড আৰু বিমানৰ তথ্য ৰেকৰ্ডৰ নথিসমূহ বিশ্লেষণ কৰি থকা হৈছে। ইয়াৰ জৰিয়তে দুৰ্ঘটনাৰ প্ৰক...