April 19, 2025 9:03 PM

views 19

মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিং

ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চোটৰাণীয়ে আজি ছেমিফাইনেলত হংকঙৰ অষ্টম বাছনিপ্ৰাপ্ত চি হিমৱঙক ৩-১ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত পাকিস্তানৰ শীৰ্ষ বাছনিপ্ৰাপ্ত মহম্মদ অছীম খান বা মালয়েছিয়াৰ তৃতীয় বাছনিপ্ৰাপ্ত অমিচেনৰাজ চন্দ্ৰৰণৰ সন্মুখীন হ'ব। ইপিনে, মহিলাৰ শাখাত পঞ্চম বাছনিপ্ৰাপ্ত ১৭ বছৰীয়া অনহতে আজি হংকঙৰ হেলেন টেংগক ৩-০ ফলাফলত পৰ...