November 15, 2025 7:55 PM

views 22

নতুন দিল্লীত অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে বিশেষ অনুষ্ঠান

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসাৰ বাবে নিৰ্ভৰযোগ্য সামগ্ৰীৰ যোগানৰ বাবে আৰম্ভ কৰা অমৃত সেৱাৰ দশম বর্ষপূর্তি উপলক্ষে নতুন দিল্লীত আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাৰ জড়িয়তে ৰোগী সকলে বিগত ১০বছৰত ৮ হাজাৰ ৫০০ কোটিতকৈও অধিক ধনৰ ৰাহি কৰিবলৈ সমৰ্থ হৈছে। ৰোগী সকলে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৫৫ খন অমৃত ফার্মাচীত ৬হাজাৰ ৫০০ৰো অধিক ঔষধৰ লগতে বিভিন্ন চিকিৎসা সামগ্রী অতি সুলভ মূল্যত লা...