September 5, 2024 11:43 AM

views 15

শিক্ষক দিৱস উপলক্ষে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা

শিক্ষক দিৱস উপলক্ষে আজি অকল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি সচিবালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰ গেটৰ জৰিয়তে শিক্ষকসকলে প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকৰ সুবিধার্থে কেন্দ্রীয় সচিবালয় মেট্ৰ' ষ্টেচনৰ পৰা ৩৫ নম্বৰ গেটলৈ বিনামূলীয়া বাছ সেৱাও উপলব্ধ হ'ব। উল্লেখযোগ্য যে, অমৃত উদ্যান গ্রীষ্মকালীন বার্ষিক সংস্কৰণ ২০২৪ উপলক্ষে যোৱা মাহৰ ১৬ তাৰিখৰ পৰা চলিত মাহৰ ১৫ তাৰিখলৈকে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সোমবাৰৰ বাহিৰে আন সকলো...

August 14, 2024 7:04 PM

views 13

দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি কৰে। এই উদ্যানখন জনসাধাৰণৰ দৰ্শনৰ বাবে অহা শুকুৰবাৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ মুকলি থাকিব। উঠি অহা প্ৰজন্মক অমৃত উদ্যানৰ মানসিকতাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত বুটাম বেজ বিতৰণ কৰা হ'ব। এই উদ্যানখনত নতুনকৈ এখন ছাউণ্ড পাইপ প্রদর্শনীও সংযোজন কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে শিশুসকলে শব্দযন্ত্ৰৰ অনবদ্য অভিজ্ঞতা লাভ কৰিব পাৰিব। আনহাতে এইবেলি প্ৰথমবাৰৰ বাব...

August 7, 2024 12:50 PM

views 20

সাধাৰণ নাগৰিকৰ বাবে বাবে খোলা থাকিব ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান

ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান এইমাহৰ ১৬ তাৰিখৰ পৰা অহা মাহৰ ১৫ তাৰিখলৈকে সাধাৰণ নাগৰিকৰ বাবে খোলা থাকিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ১৪ আগষ্টত অমৃত উদ্যানৰ এইবাৰৰ গ্ৰীষ্মকালীন সংস্কৰণৰ মুকলি অনুষ্ঠানত আনুষ্ঠানিকভাৱে উপস্থিত কৰিব। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে ২৯ আগষ্টত খেলুৱৈসকলৰ বাবে আৰু শিক্ষক দিৱস উপলক্ষে ৫ চেপ্তেম্বৰত শিক্ষকসকলৰ বাবে উদ্যানখন আৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰ প্ৰৱেশদ্বাৰেৰে জনসাধাৰণে উদ্যানত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবচাইচত অনল...