September 30, 2024 8:39 PM

views 14

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ২০২৩ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ এটা গোটৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি ৰাষ্ট্ৰপতি ভৱনত ২০২৩ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ এটা গোটে সাক্ষাৎ কৰে। বিষয়াসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰতীয় বিভিন্ন সেৱাৰ ভিতৰত ভাৰতীয় আৰক্ষী সেৱাই এটা বিশেষ গুৰুত্ব বহন কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে, আধুনিক দেশৰ বাবে আইন-শৃংখলা অতি প্ৰয়োজনীয় আধাৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অনাগত বৰ্ষত ভাৰতে এটা নতুন শিখৰত আৰোহণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল অতি সক্ৰিয় হ'ব লাগিব। তেওঁ কয় যে, যেতিয়া আইন বর্ত...