March 6, 2025 6:59 PM

views 8

আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় কর্মযোগী জনসেৱা কাৰ্যসূচী উদ্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত অমিত যাদৱৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব অমিত যাদৱে নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় কর্মযোগী জনসেৱা কাৰ্যসূচী উদ্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। তেওঁ কয়, যে চৰকাৰী সেৱাৰ মৌলিক উদ্দেশ্য হৈছে মানুহৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন অনা। এই কাৰ্যসূচীত চৰকাৰী বিষয়াসকলৰ মাজত মুকলি আলোচনা, দলবদ্ধ কাম আৰু ব্যৱহাৰিক সমস্যা সমাধানত উদগনি দিয়াৰ বাবে চাৰিটা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। নাগৰিকৰ সৈতে কৰা বাৰ্তালাপক তেওঁ শাসনৰ কেন্দ্ৰবিন্দু হিচাপে অভিহিত কৰি কয়, যে...