December 29, 2025 11:27 AM

views 24

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...

December 28, 2025 10:10 AM

views 20

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাক...

December 27, 2025 8:34 PM

views 16

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্রমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্রী ...

December 27, 2025 6:45 PM

views 24

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অহা সোমবাৰে অসমলৈ আহিব। তেওঁ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্রী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত কমাও আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ উ...

December 27, 2025 6:22 PM

views 9

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ নতুন আৰ...

December 27, 2025 7:18 PM

views 10

সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত গৃহমন্ত্রী অমিত শ্বাহৰ পোষকতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশত সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত পোষকতা কৰিছে। তেওঁ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দুদিনীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মুকলি কৰি শ্ৰী শ্বাহে কালি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তুলিলে এই সকলে পৰ্যায়ত সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰা সহায় কৰিব।

December 27, 2025 12:16 PM

views 11

সমগ্র দেশতে উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশতে Common Anti Terrorism Squad অর্থাৎ উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে আহ্বান জনাইছে আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানসকলক অতি শীঘ্ৰে এই নিৰ্দেশ কার্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, সমগ্ৰ দেশতে আৰক্ষীৰ বাবে এ-টি-এছ গঠনে, প্ৰতিটো স্তৰতে সন্ত্ৰাসবাদী আক্রমণ প্ৰতিহত কৰিবলৈ সকলোকে সাজু থকাৰ সুযোগ প্ৰদান কৰিব। কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই আয়োজন কৰা দুদিনীয়া ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৫' উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই মন্...

December 26, 2025 6:45 PM

views 9

ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অমৰ ছহিদ উধম সিঙে জালিৱানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।

December 14, 2025 11:20 AM

views 23

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্রী পীযূষ হাজৰিকাই প্রকল্পস্থলী পর্যবেক্ষণ কৰে। মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজসমূহৰ অগ্ৰগতিৰ বুজ লয়। বটদ্ৰৱা থানখনক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দুলৈ ৰূপান্তৰ কৰাত এই প্রকল্পই গুৰ...

December 10, 2025 11:56 AM

views 24

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল: অমিত শ্বাহ

দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বার্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্রীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক...