November 16, 2025 7:17 PM

views 23

স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী কৰতাৰ সিং সাৰাভাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে কৰতাৰ সিং সাৰাভাই ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু ঘডৰ পাৰ্টিৰ জৰিয়তে তেওঁ বহিঃৰাজ্যৰ ভাৰতীয়সকলক দেশৰ স্বাধীনতাৰ বাবে কাম কৰিবলৈ অনুপ্রাণিত কৰিছিল। শ্রীশ্বাহে লগতে কয় যে কৰতাৰ সিং সাৰাভাৰ ত্যাগে স্বাধীনতা আন্দোলনক আৰু অধিক শক্তিশালী কৰি তুলিছিল। তেওঁৰ জীৱনে প্রতিজন দেশপ্রেমিকক ভক্তিৰে মাতৃভূমিৰ সেৱা কৰিবলৈ অনুপ্রাণি...