June 1, 2025 7:52 PM
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ পৰা বান পৰিস্থিতিৰ বুজ লয়
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰপৰা বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত...