June 1, 2025 7:52 PM June 1, 2025 7:52 PM
9
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ পৰা বান পৰিস্থিতিৰ বুজ লয়
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰপৰা বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সাক্ষাতৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, যে উত্তৰ-পূবৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰ...