September 17, 2025 8:27 PM
16
নতুন দিল্লীত সেৱা পষেকৰ অধীনত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সেৱা পষেকৰ অধীনত ১৬০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ত্যাগৰাজ ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীশ্বাহে কয়, যে এই প্রকল্পসমূহে ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক উপকৃত কৰিব। তেওঁ কয়, যে শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন দেশবাসীৰ কল্যাণৰ হকে সমর্পণ কৰিছে। বিগত ১১ বছৰত শ্রীমোদীৰ নেতৃত্বত দেশ সুৰক্ষিত হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে এই সময়ছোৱাত দেশৰ অৰ্থনীতি শক্তিশালী হৈছে আৰ...