August 8, 2025 8:36 PM
18
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰ ভ্ৰমণ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰোধিতা কৰা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদব আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। বিহাৰৰ সীতামাৰ্হীৰ পুনৌৰাধামত এখন ৰাজহুৱা সভাত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰোধিতা কৰি বিৰোধী নেতাসকলে অনুপ্ৰৱেশকাৰীৰ পক্ষ লৈ ভোট বেংকৰ ৰাজনীতি কৰিছে৷ তেওঁ অভিযোগ কৰে যে নিৰ্বাচনী তালিকা শুধৰণিৰ কাম ইয়াৰ পূৰ্বে নেহৰুৰ সময়ছোৱাত আৰু ২০০৩ চনত কৰ...