February 5, 2025 7:51 PM

views 16

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনা জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অধ্যক্ষতা কৰা এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। যোৱা মাহত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ সকলো নিৰাপত্তা সংস্থাক নিৰ্দেশ দিছিল। জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা...

November 18, 2024 8:27 PM

views 15

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰে গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত গৃহ মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ সুস্থিৰতা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেৰাহে দ্বিতীয় দিনৰ বাবে মণিপুৰৰ পৰিস্থিতি পর্যালোচনা কৰা গৃহমন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকতে ৰাজ্যখনলৈ কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ অতিৰিক্ত ৫০ টা বেটেলিয়ন প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য য...