October 26, 2025 8:53 PM October 26, 2025 8:53 PM
26
কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মুম্বাইৰ মাজগাওঁ বন্দৰত গভীৰ সমুদ্ৰত মাছ ধৰা অত্যাধুনিক জাহাজ বিতৰণ কৰিব
কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইৰ মাজগাওঁ বন্দৰত গভীৰ সমুদ্ৰত মাছ ধৰা অত্যাধুনিক জাহাজ বিতৰণ কৰিব। সমবায় ভিত্তিত গভীৰ সমুদ্ৰত মাছধৰাৰ ক্ষেত্ৰখনৰ বাবে ই ঐতিহাসিক মাইলৰ খুটিৰূপে পৰিগণিত হ'ব। এই কার্যই মীন পালন খণ্ডত আত্মনিৰ্ভৰশীলতা, নিৰন্তৰতা আৰু সমবায়সমূহক সৱলীকৰণৰ প্ৰতি চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰে। মহাৰাষ্ট্ৰ চৰকাৰ, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু কেন্দ্ৰীয় চৰকাৰৰ মীন পালন বিভাগৰ বিত্তীয় সাহায্যৰে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত এক কোটি ২০ লাখ টকা মূল...