December 22, 2024 7:54 PM

views 15

ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেই উপলক্ষে ঢলাই জিলাৰ মাছুৰাইপাৰাত আয়োজিত এখন জনসভাত দিয়া ভাষণত শ্ৰী শ্বাহে ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপনৰ বিষয়টো নিষ্পত্তি নকৰাৰ বাবে পূৰ্বৰ কমিউনিষ্ট দলৰ চৰকাৰখনক সমালোচনা কৰে। তেওঁ কয়, যে বিজেপি নেতৃত্বাধিন চৰকাৰ ২০১৮ চনত শাসনলৈ অহাৰ পাছত এই জনগোষ্ঠীটোৰ ৪০ হাজাৰ লোকৰ সংস্থাপনৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰি বিষয়টো নিষ্পত্তিৰ দিহা কৰা হয় । গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে কমিউনি...