October 21, 2024 7:38 PM

views 24

আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ স্মাৰকত গৃহমন্ত্ৰী অমিত শ্বাহৰ পুষ্পাঞ্জলি অর্পণ

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আজি গৃহমন্ত্রী অমিত শ্বাহে কৰ্তব্যৰ সময়ত নিজৰ সৰ্বোচ্চ বলিদান দি অমৰ হোৱা শ্বহীদসকলক প্ৰণাম কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই দিৱসে আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালে কৰা ত্যাগক সন্মান জনোৱা হয়। দেশৰ কাৰণে তেওঁলোকে কৰা ত্যাগৰ কাৰণে গৃহমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী শ্বাহে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে আৰু আৰক্ষী স্মৃতি দিৱস উপলক্ষে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহ ৰাজ্য মন্ত...