July 14, 2024 8:39 PM

views 45

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইণ্ডোৰৰ পৰা মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ মোহন য়াদবো অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰসংগত শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে নতুন শিক্ষানীতিয়ে সমাগত ২৫ বছৰত ভাৰতীয় শিক্ষাৰ্থীসকলক গোলকীয়ভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সাজু কৰি তোলাৰ লগতে তেওঁলোকক আমাৰ ঐশ্বর্যশালী সাংস্কৃতিক ঐতিহ্য তথা ভাষাৰ সংপৃক্ত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মধ্যপ্ৰদেশৰ ৫৫খন জিলাত প্রধানমন্ত্রী উৎকৰ্ষতা মহাবিদ্যলায় স...