December 30, 2025 10:02 AM

views 16

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি আৰু বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন

অসমক অনুপ্ৰৱেশকাৰীমুক্ত কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া খানাপাৰাত নৱ- নির্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আশাসুধীয়া প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু ...