June 24, 2024 12:29 PM

views 20

নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰিবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ-কেন্দ্ৰীয় জল আয়োগক নির্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগক নির্দেশ দিছে। নতুন দিল্লীত কালি দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰপ্ৰসাৰী নীতি যুগুত কৰাৰ ক্ষেত্ৰত দীর্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। শ্ৰী ...