December 22, 2024 11:34 AM

views 19

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰান্বিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত কালি অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন...