April 22, 2025 8:20 PM
জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাষণ
ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বমূলক বাণিজ্যিক সম্পৰ্কৰ ওপৰত শতিকাটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে বুলি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে মন্তব্য কৰিছে। তেওঁ কয়, যে ভাৰত আৰু আমেৰিকাই বাণিজ্য...