April 22, 2025 8:20 PM

views 11

জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাষণ

ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বমূলক বাণিজ্যিক সম্পৰ্কৰ ওপৰত শতিকাটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে বুলি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে মন্তব্য কৰিছে। তেওঁ কয়, যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক আলোচনাৰ বাবে আনুষ্ঠানিকভাৱে চৰ্ত চূড়ান্ত কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ পৰিকল্পনা প্রস্তুত কৰা হৈছে। জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ দিয়ে। ভান্সে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক নীতিক সমালোচনা কৰা হৈছে যদিও প্ৰকৃততে তেওঁ ভাৰসাম্য বাণিজ্যিক প...

April 17, 2025 10:14 AM

views 13

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ২১ এপ্ৰিলত চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে উপ ৰাষ্ট্ৰপতি ভান্সৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব। এই ভ্ৰমণত তেওঁ অহা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁ প্ৰতিনিধি দলে দিল্লীত অন্য কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে জয়পুৰ আৰু আগ্রাও ভ্ৰমণ কৰিব। এই ভ্রমণে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১৩ ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণৰ সময়ত জাৰি কৰা ভাৰ...