May 9, 2025 12:28 PM
আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ’ষ্ট পোপ হিচাপে নিৰ্বাচিত
আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ'ষ্ট পোপ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ কেথ'লিক গিৰ্জাৰ ইতিহাসৰ প্ৰথমজন মার্কিন পোপ। শ্রীপ্রেভ'ষ্টক চতুৰ্দশ পোপ লিঅ'ৰ নামেৰে জনা যাব। ছিকাগোত জন্মগ্...