May 22, 2025 3:55 PM

views 22

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত আজি নিচেই পুৱাতে ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে সংগ্ৰহালয়টোৰ পৰা ওলাই অহাৰ সময়তে ইজৰাইলী দূতাবাসৰ এজন পুৰুষ আৰু এগৰাকী মহিলা কৰ্মচাৰীক বন্দুকধাৰীয়ে অতর্কিতে আক্ৰমণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীৰ সচিব ক্ৰিষ্টি ন’ৱেমে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি ইয়াক কাণ্ডজ্ঞানহীন হত্যাকাণ্ড ...

April 9, 2025 7:41 PM

views 14

আজিৰেপৰা আমেৰিকাত চীনা সামগ্ৰীৰ ওপৰত ১০৪ শতাংশ প্রতিশুল্ক কাৰ্যকৰী

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰীৰ...

April 9, 2025 3:06 PM

views 30

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

January 30, 2025 4:43 PM

views 31

আমেৰিকাত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা

আমেৰিকাত ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা কৰা হৈছে৷ যুক্তৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ প্ৰশাসনে প্ৰকাশ কৰা মতে, আমেৰিকাৰ স্থানীয় সময় অনুসৰি যোৱা নিশা প্রায় ৯ বজাত বিমানখন বিমানবন্দৰৰ ৰাণৱেৰ কাষ চাপি অহাৰ সময়ত এই সংঘর্ষ সংঘটিত হয়। কানছাছৰ পৰা ৱাশ্বিংটন ডিচি অভিমুখী বিমানখনে ৬০ জন যাত্ৰী আৰু ৪ জন বৈমানিক কঢ়িয়াই লৈ গৈছিল। ইপিনে প্রশিক্ষণ চলাই থকা হেলিকপ্টাৰখনত তিনিজন...

January 8, 2025 8:26 PM

views 20

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত হোৱাইট হাউচত ব্যৱস্থাপনা আৰু বাজেট বিভাগত কৰ্মৰত আছিল। উল্লেখযোগ্য যে, যোৱা বছৰৰ ৫ নৱেম্বৰত ভার্জিনিয়াত সাধাৰণ নিৰ্বাচন অনষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহ...

December 11, 2024 1:53 PM

views 31

হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আমেৰিকাই চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নিয়ন্ত্ৰণ কৰা মৌলিক নীতি-নিয়ম উলংঘা কৰ...

November 4, 2024 7:21 PM

views 32

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ ব...

November 2, 2024 6:12 PM

views 42

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা কৰিছে। পেন্টাগনে এটা বিবৃতিত কালি কয় যে এই সাহায্যৰাশি ইউক্রেইনৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা প্ৰয়োজন পূৰণ কৰাত ব্যৱহৃত হ'ব। এই সাহায্যৰ অধীনত ৰাষ্ট্ৰীয় উন্নত স্থলভাগৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থা, স্ট্রিংগাৰ ক্ষেপনাস্ত্র, গুলি-বাদকে ধৰি ভালেমান অত্যাধুনিক সমাজ কিয়েভক প্ৰদান কৰা হ'ব। ভাৰতীয় উচ্চ পর্যায়ৰ প্ৰতিনিধি দলৰ সক্ৰিয় অংশগ্ৰহণেৰে জি- ২০ৰ এ...

July 20, 2024 6:25 PM

views 26

বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতীয় ল’ৰা দলৰ ব্ৰাজিলক ৩-০৩ পৰাস্ত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউছটনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল'ৰাৰ দলটোৱে ব্ৰাজিলক ৩-০৩ পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ তিনিটা দলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ'ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্রাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ শেষৰখন লীগ মেচত হংকঙৰ বিৰুদ্ধে খেলিব।