May 12, 2025 11:35 AM

views 24

আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনাৰ অন্ত

তেহৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনা কালি ওমানৰ ৰাজধানী মাছকাটত অন্ত পৰে আৰু দুয়ো পক্ষই পুনৰ বৈঠকত মিলিত হ'বলৈ সন্মত হয়। মধ্যপ্রাচ্যস্থিত মার্কিন ৰাষ্ট্রদূত ষ্টীভ উইথ কফে মাছকাটত হোৱা আলোচনাত উৎসাহজনক বুলি অভিহিত কৰাৰ বিপৰীতে ইয়েনৰ বিদেশ মন্ত্রী আববাছ আৰাঘছিয়ে ইয়াক কঠিন কিন্তু উপযোগী বুলি অভিহিত কৰে। ইৰানে পাৰমাণিক অস্ত্ৰ নিৰ্মাণ নকৰিবলৈ ইউৰেনিয়াম সমৃদ্ধি বাতিল কৰিব লাগিব বুলি আমেৰিকাই জোৰ দিছে যদিও দেশখনে তেনে কোনো লক্ষ্য নাই বুলি উল্লেখ কৰি তেওঁলোকে এই...