June 18, 2025 12:41 PM

views 31

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সকিয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত এলানি ভাবুকিমুলক পোষ্ট যোগে প্ৰকাশ কৰিছে যে, ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক আমেৰিকাই হত্যা কৰিব পাৰে যদিও তেনে কৰাৰ পৰা বিৰত আছে। আমেৰিকাৰ সাধাৰণ নাগৰিক আৰু সৈন্যৰ বিৰুদ্ধে হ'ব পৰা প্রত্যাক্রমণৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই আলী খামেনেইক আমেৰিকাই হত্যা নকৰাৰ একমাত্ৰ কাৰণ। দেশখনৰ সৰ্বোচ্চ নেতাগৰাকীক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ট্ৰাম্পে সকিয়নী প্ৰদান কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণক বিনাচতে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই কয়, যে আমেৰিকাই ইৰাণৰ সর...

April 18, 2025 10:10 AM

views 25

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ দ্বিতীয়লানি পৰমাণু আলোচনা

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰ্যালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মন্ত্রালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে, যে যুক্তিগত কাৰণতেই ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বিষয়টো সন্দৰ্ভত এখন স্থায়ী চুক্তিৰ দিশে আগবাঢ়িব পৰা যাব বুলি মন্ত্ৰ্যালয়ে আশা প্রকাশ কৰিছে। আলোচনাৰ প্ৰতি আগবঢ়োৱা সহযোগিতা আৰু সমর্থনৰ বাবে মন্ত্ৰালয়ে ইটালী চৰকাৰৰো শলাগ লৈছে। উল্লেখযোগ্য যে, বিষয...