April 14, 2025 10:34 AM
8
ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে’লগাড়ী লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ দ্বাৰা মুকলি
লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি পতাকা জোকাৰি ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে'লগাড়ীখন মুকলি কৰে। এই অনুষ্ঠানৰ বাবে অধ্যক্ষ শ্রীবিৰলই কোটাত উপস্থিত হোৱাৰ লগতে মুখ্যমন্ত্রী ড০ যাদৱ তথা ৰেলমন্ত্রী শ্রীবৈষ্ণৱে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্রহণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্রী সাবিত্রী ঠাকুৰো এই অনুষ্ঠানৰ বাবে ড০ আম্বেদকাৰ নগৰত উপস্থিত থাকে। ৰেলগাড়ী মুকলি অনুষ্ঠানত অংশগ্রহণ কৰ...