March 27, 2025 4:08 PM March 27, 2025 4:08 PM
8
খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ’ৰ দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত অভিযান
খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ'ৱে দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত আজি তালাচী অভিযান চলায়। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা অনুসৰি মান্যক ব্যুৰ'ৱে এমাজনৰ গুডামত প্রায় ১৫ ঘণ্টা ধৰি অভিযান চলাই ৩,৫০০ ৰো অধিক সামগ্রী জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আই এছ আই চিহ্ন নথকা আৰু ভুৱা আই এছ আই চিহ্ন সম্বলিত সামগ্রী আছে। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্রায় ৭০ লাখ টকা বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মান্যক ব্যুৰ’ৱে দিল্...