May 8, 2025 8:12 PM
ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাৰ প্ৰশংসা
সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাই প্ৰশংসা কৰিছে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত ...