June 9, 2025 1:21 PM
ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত
আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট'ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে ...