May 25, 2025 10:46 AM

views 18

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে বহুদলীয় সংসদীয় প্রতিনিধি দলৰ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বৰ বহুদলীয় সংসদীয় প্রতিনিধি দলটো কালি বিয়লি জাপান ভ্রমণ সামৰি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হয়। এই ভ্রমণসূচীয়ে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতি আগুৱাই নিয়াৰ প্ৰচেষ্টা সুদৃঢ় কৰিব। ভ্ৰমণ কালত প্রতিনিধি দলটোৱে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া, দেশখনৰ সাংসদ নেচনেল এচেম্বলিৰ বিশিষ্ট ব্যক্তি, আগশাৰীৰ চিন্তাবিদ আৰু সংবাদ জগতৰ জ্যেষ্ঠ প্...